Download Now Banner

This browser does not support the video element.

ডিফু: লাহৰিজান কে কে টাৱাৰস্থিত পৰিবহন কাৰ্যালয়ত ৰাষ্ট্ৰীয় ট্ৰাঞ্চপোৰ্ট দিৱস ও সম্বধৰ্না অনুষ্ঠান 

Diphu, East Karbi Anglong | Sep 6, 2025
লাহৰিজান কে কে টাৱাৰস্থিত পৰিবহন কাৰ্যালয়ত শণিবাৰে পুৱা প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় পৰিবহন দিৱস পালন কৰাৰ লগতে সম্বধৰ্না অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ এই উপলক্ষে উদ্যোক্তা সকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰাক চালক হেণ্ডিমেন সকলক অসমীয়া গামোছাৰে সম্বৰ্ধনা জনায় ৷ সম্বৰ্ধনা জনায় অখিল ভাৰতীয় ট্ৰাঞ্চপোৰ্ট এছোছিয়েশ্বনৰইনচাৰ্জ নৰ্থইষ্টৰ প্ৰাক্তন কমাডেণ্ট হাৰদিছ কুমাৰ আৰু সভাপতি নৰ্থ ইষ্ট খেহলি কিবামিয়ে । তদুপৰি অনুষ্ঠানত ট্ৰাক চালক আৰু হেণ্ডিমেনৰ অভাৱ - অভিযোগৰ ওপৰত আলোচনা
Read More News
T & CPrivacy PolicyContact Us