Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: বিহালীৰ বাঘমাৰীত ৰাজহ চক্ৰৰ কৰ্মচাৰী, বিহালী সম জিলা আৰক্ষী অধীক্ষক আদিৰ উপস্থিতিত ৰঙা পতকা স্থাপন

Biswanath, Biswanath | Aug 26, 2025
বিহালীৰ বাঘমাৰীত আগন্তুক চেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহত চলিব উচ্ছেদ অভিযান । আজি বিশ্বনাথ চাৰিআলিৰ ৰাজহ চক্ৰৰ কৰ্মচাৰী, বিহালী সম জিলা আৰক্ষী অধীক্ষক, আৰক্ষী বাহিনীৰ দল আৰু কামাণ্ডো বাহিনীৰ সৈতে উক্ত অঞ্চলত বিভাগীয় কৰ্তৃপক্ষ উপস্থিত হৈ ৰঙা পতকা স্থাপন কৰে উচ্ছেদ হ'ব লগা ভূমিৰ সীমাত। উচ্ছেদৰ জাননী লাভ কৰাৰ পিছতে বিহালীৰ বাঘমাৰীত নিজাববীয়াকৈ ঘৰ ভাঙি সা-সম্পত্তি লৈ আতৰি গৈছে বেদখলকাৰী ৷
Read More News
T & CPrivacy PolicyContact Us