Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: কাহিকুছি ভৱানীপুৰ গাঁৱৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ সৈতে বৈঠক নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী গীতুমণি বৈশ্যৰ
Nalbari, Nalbari | Aug 24, 2025
আজি নিশা ১০ নম্বৰ ওৱাৰ্ড কাহিকুছি ভৱানীপুৰ গাঁৱৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে নলবাৰী জিলা পৰিষদৰ সভানেত্ৰী গীতুমণি বৈশ্যই। এই বৈঠকত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টী পশ্চিম বৰভাগ আদাবাৰী মণ্ডলৰ সভাপতি হেমেন ডেকা , সাধাৰণ সম্পাদক তুলেন বৈশ্য ,৪৮ নং উপৰ বৰভাগ গাওঁ পঞ্চায়তৰ সভানেত্ৰী হিমানী বৈশ্যৰ লগতে পঞ্চায়তৰ সদস্য সকল।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!