Install App
jitumonisaikia444
This browser does not support the video element.
লংকা: তিনিমাহৰ পূৰ্বে চুৰি হোৱা স্কুটি আৰক্ষীয়ে উদ্ধাৰ কৰি লংকা আৰক্ষী থানাত চমজাই দিয়ে স্কুটিৰ গৰাকীক
Lanka, Hojai | Aug 23, 2025
প্ৰায় তিনিমাহ পূৰ্বে লংকাৰ বালুহণ্ডৰৰ দিয়া দেৱী নামৰ যুৱতীগৰাকীৰ AS 02 Z 5814 পঞ্জীয়ন নম্বৰৰ স্কুটিখন নিজ ঘৰৰ পদূলীৰ পৰা হৈছিল চুৰি।লংকা আৰক্ষীয়ে উক্ত চুৰি হোৱা স্কুটিখন লংকাৰ পৰা উদ্ধাৰ কৰি চমজাই দিয়ে স্কুটিখনৰ গৰাকী দিয়া দেৱীক।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!