Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ভোটপাৰাত নৱনিৰ্মীত ঢেকীয়াজুলি সম-জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হৈ পৰিদৰ্শন জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ

Dhekiajuli Part, Sonitpur | Aug 27, 2025
ঢেকীয়াজুলি সম-জিলা আৰক্ষী অধীক্ষকৰ নৱনিৰ্মীত কাৰ্যালয়ৰ পৰ্যবেক্ষণ কৰিবলৈ বুধবাৰে দিনৰ ১২ বজাত উপস্থিত হ’য় শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ ৷ উল্লেখ্য যে অহাকালিৰ পৰা  আনুষ্ঠানিক ভাবে কাৰ্যকৰী কৰা হব ভোটপাৰত নৱনিৰ্মীত ঢেকীয়াজুলি সম-জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয় ৷ সেয়েহে আজি উক্ত কাৰ্যালয়ৰ প্ৰতিটো দিশ পৰ্যবেক্ষণ কৰিবলৈ উপস্থিত হয় শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ লগতে ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰা ৷
Read More News
T & CPrivacy PolicyContact Us