This browser does not support the video element.
নগৰবেৰা: পৰ্যাপ্ত বৰষুণ নপৰাৰ বাবেই বৃহত্তৰ নগৰবেৰাত শালিধানৰ খেতিত চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে,জনালে ভুক্তভোগী কৃষকে
Nagarbera, Kamrup | Aug 22, 2025
পৰ্যাপ্ত বৰষুণ নপৰাৰ বাবেই বৃহত্তৰ নগৰবেৰাত শালিধানৰ খেতিত চিৰাল ফাট মেলা পৰিলক্ষিত হৈছে। শুকুৰবাৰে নগৰবেৰাত ভুক্তভোগী কৃষকে সংবাদ মাধ্যমৰ আগত জনালে এই কথা।জলসিঞ্চনৰ ব্যৱস্থা নথকা নগৰবেৰা আৰু দক্ষিণ বৰপেটাৰ কৃষক সকলে ছেল'পাম্পৰ জৰিয়তে পথাৰত পানী যোগান ধৰি শালিধানৰ খেতি কৰিলেও ডিজেলৰ অত্যাধিক মূল্যৰ বাবে দৰিদ্ৰ কৃষক সকলে পথাৰত পানী দিব পৰা নাই। যাৰ বাবে বিঘাই বিঘা শালিধানৰ খেতিত এনেদৰে চিৰালফাট মেলিছে।