Install App
nalbarinews
This browser does not support the video element.
টিহু ভাগ: নলবাৰী জিলাৰ টিহুৰ গান্ধী ভৱনটি পুনঃনিৰ্মাণ কৰা গান্ধী ভৱন পৰিদৰ্শন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ
Tihu Part, Nalbari | Aug 23, 2025
নলবাৰী জিলাৰ টিহুৰ গান্ধী ভৱনটি পুনঃনিৰ্মাণ কৰা হৈছে । এই আটকধুনীয়া গান্ধী ভৱনটি কিছুদিন পিছত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰি ৰাইজলৈ উচৰ্গা কৰিব । তাৰ প্ৰাক্ ক্ষণত আজি ভৱনটি পৰিদৰ্শন কৰি অগ্ৰগতিৰ বুজ লয় মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!