Download Now Banner

This browser does not support the video element.

গুৱাহাটী: গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ কংগ্ৰেছত যোগদানৰ খবৰৰ পাছতেই উত্তেজনা

Guwahati, Kamrup Metropolitan | Sep 4, 2025
বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত উত্তপ্ত পৰিস্থিতি। প্ৰাক্তন বিধায়ক সত্যৱত কলিতাৰ কংগ্ৰেছত যোগদানৰ খবৰৰ পাছতেই উত্তপ্ত পৰিস্থিতি। কমলপুৰৰ কংগ্ৰেছ কৰ্মীয়ে ভিৰ কৰিছে ৰাজীৱ ভৱনত। কৰ্মীৰ ক্ষোভ "সত্যৱত কলিতাই যোগদান কৰক টিকট দিব নোৱাৰিব"।
Read More News
T & CPrivacy PolicyContact Us