Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: বাওখুংগ্ৰী সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীৰ হৈ হৰিনাগুৰীত প্ৰচাৰ প্ৰমোদ বড়োৰ

Kokrajhar Part, Kokrajhar | Sep 6, 2025
কোকৰাঝাৰৰ বাওখুংগ্ৰী সমষ্টিৰ ইউপিপিএল প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীৰ হৈ প্ৰচাৰ প্ৰমোদ বড়োৰ | শনিবাৰে আবেলি ৩ বজাত বাওঁখুংগ্ৰী পৰিষদীয় সমষ্টিৰ হৰিণাগুৰী ৰাজহুৱা প্ৰেক্ষাগৃহত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ ইউপিপিএলৰ সভাপতি তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে ৰঞ্জিত বসুমতাৰীৰ হৈ প্ৰচাৰ চলাই ট্ৰেক্টৰৰ ছবিত ভোট দিবলৈ ৰাইজক আহ্বান জনায় । নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰমোদ বড়োৰ মন্তব্য … একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব ইউপিপিএল দলে । আজি মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ।
Read More News
T & CPrivacy PolicyContact Us