Download Now Banner

This browser does not support the video element.

গোলাঘাট: দশমী দুৱৰাৰ মৃত্যুৰ তদন্ত CIDলৈ, ২৭ আগষ্টত ঘোষিত গোলাঘাট জিলা বন্ধ প্ৰত্যাহাৰ,গোলাঘাটত সংবাদ মেল

Golaghat, Golaghat | Aug 26, 2025
দশমী দুৱৰাৰ মৃত্যুৰ তদন্ত CIDলৈ, ২৭ আগষ্টত ঘোষিত গোলাঘাট জিলা বন্ধ প্ৰত্যাহাৰ। মঙ্গলবাৰে সন্ধ্যা প্ৰায় ৬ বজাত গোলাঘাটত সংবাদ মেল আটাছুকে ধৰি ৩১ টা জাতীয় জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্মচাৰী দশমী দুৱৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত ৩১টা জাতীয়-জনগোষ্ঠীয় সংগঠনে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত প্ৰতিবাদ কৰি অহাৰ সমান্তৰালভাবে ২৭ আগষ্টত গোলাঘাট বন্ধ ঘোষণা কৰিছিল। আজি দশমীৰ মৃত্যু সংক্ৰান্তীয় গোচৰ অসম চৰকাৰে CIDক হস্তান্তৰ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে।
Read More News
T & CPrivacy PolicyContact Us