Download Now Banner

This browser does not support the video element.

ধেমাজি: গোগামুখত মাহ প্ৰসাদ খাই অ-সুস্থ প্ৰায় ৪৩ জন লোক, চিকিৎসাৰ বাবে গোগামুখ চিকিৎসালয়ত ভৰ্তি লোক কেইজনক

Dhemaji, Dhemaji | Sep 12, 2025
গোগামুখত মাহ প্ৰসাদ খাই অ-সুস্থ প্ৰায় ৪৩জন লোক চিকিৎসাৰ বাবে গোগামুখ চিকিৎসালয়ত ভৰ্তি।শুকুৰবাৰে দিনৰ প্ৰায় তিনি মান বজাত সংবাদ মাধ্যমক ভুক্ত ভোগীয়ে অৱগত কৰোৱাৰ অনুসৰি গোগামুখৰ নাহৰবাৰী টিঙিৰী গাঁৱত মাহ প্ৰসাদ খাই অ-সুস্থ হয় প্ৰায় 43 জন লোক .গাঁৱৰ হকামত মাহ প্ৰসাদ খাই বমি , মোৰ ঘূৰ্নি, পেট বিষৰ ফলত দেহ অ-সুস্থ হৈ পৰে বুলি জানিব পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us