Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: হাতীগাঁৱৰ খানকা বশিষ্ঠ নৈত পানীত ওপঙি থকা অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ, ঘটনাস্থলীত উপস্থিত হাতীগাঁও আৰক্ষী
Guwahati, Kamrup Metropolitan | Aug 25, 2025
সোমবাৰে মহানগৰীৰ হাতীগাঁৱৰ খানকা বশিষ্ঠ নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ ।মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে ।স্থানীয় লোকে পানীত ওপঙি থকা মৃতদেহটো দেখি হাতীগাঁও আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!