Download Now Banner

This browser does not support the video element.

মৰাণ: ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বীপত  সোণৰ পদক লাভ কৰা ১০ বছৰীয়া আয়ুসী কোঁৱৰক চেতিয়া গাঁৱত ৰাজহুৱা সম্বৰ্ধনা

Moran, Dibrugarh | Sep 7, 2025
উৰিষ্যাৰ কটকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় জুনিয়ৰ আৰু চাব্ জুনিয়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ-২০২৫ ত সোণৰ পদক লাভ কৰি  খোৱাং অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ১০ বছৰীয়া খেলুৱৈয়ে ৷ মৰাণৰ খোৱাং চাৰিআলি নিবাসী মনোৰঞ্জন কোঁৱৰ আৰু সুস্মিতা আহোম কোঁৱৰৰ কন্যা আয়ুসীয়ে প্ৰতিযোগিতাখনত ২০ কেজি অনুৰ্দ্ধ শাখাত ভাগ লৈ এই সাফল্য কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ইয়াৰ পাছতেই খোৱাং হালধিবাৰী চেতিয়া গাঁৱৰ নামঘৰত  ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱা হয়
Read More News
T & CPrivacy PolicyContact Us