This browser does not support the video element.
পশ্চিম নলবাৰী: চামতাৰ ৰূপকোৱৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত কংগ্ৰেছৰ BLA প্ৰশিক্ষণ শিবিৰ
Pachim Nalbari, Nalbari | Aug 28, 2025
আজি নলবাৰীত নলবাৰী জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত টিহু সমষ্টিৰ অন্তৰ্গত চামতা ৰূপকোৱৰ কলা পৰিষদৰ প্ৰেক্ষাগৃহত নলবাৰী জিলাৰ তিনিওটা সমষ্টিৰ বুথ কংগ্ৰেছ কমিটিৰ BLA সকলৰ এখন প্ৰশিক্ষন কাৰ্যসূচী অংশ গ্ৰহণ কৰে সাংসদ প্ৰদ্যুত বৰদলৈয়ে। আজি নলবাৰীত কংগ্ৰেছৰ বুথৰ বি এল এ সকলক প্ৰশিক্ষন দিয়া হয়।উক্ত অনুস্থানত অংশ গ্ৰহণ কৰে কংগ্ৰেছৰ সহ প্ৰভাৰী পৃথ্বীৰাজ সাথেৰ লগতে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন , জিলা কংগ্ৰেছৰ সভাপতিৰ লগতে কংগ্ৰেছৰ নেতৃত্ব