Download Now Banner

This browser does not support the video element.

আমগুৰি: অখিল গগৈয়ে মিত্ৰতা বিচাৰোতে মিত্ৰৰ দৰে কথাবোৰ কোৱা নাই"আমগুৰিত সাংসদ গৌৰৱ গগৈৰ মত

Amguri, Sivasagar | Aug 28, 2025
অখিল গগৈয়ে মিত্ৰতা বিচাৰোতে মিত্ৰৰ দৰে কথাবোৰ কোৱা নাই"।বিভিন্ন দলৰ নিজকে যদি চৰ্দাৰ বুলি ভাবে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল,আমগুৰিত বৃহস্পতিবাৰে বিধায়ক অখিল গগৈৰ বিৰোদ্ধে এনেদৰে মন্তব্য কৰিল সাংসদ গৌৰৱ গগৈয়ে।বৃহস্পতিবাৰে আমগুৰি সামুহিক চিকিৎসালয়ত সাংসদ গৌৰৱ গগৈয়ে জেনেৰেটৰ প্ৰদান কৰিবলৈ অহা সাংসদ গৌৰৱ গগৈক অখিল গগৈৰ ৰাইজৰ দলৰ সৈতে কংগ্ৰেছৰ সৈতে মিত্ৰতা হব নে নাই বুলি সাংবাদিকৰ সোধা প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে মিত্ৰতা বিচাৰোতে মিত্ৰৰ দৰে কথাবোৰ কোৱা নাই"।
Read More News
T & CPrivacy PolicyContact Us