Install App
nalbarinews
This browser does not support the video element.
বৰক্ষেত্ৰী: মুকালমুৱাত বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ উদ্যোগত ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেল উদ্ধোধন কৰে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই
Barkhetri, Nalbari | Aug 31, 2025
মুকালমুৱাৰ বৃহত্তৰ নাৰায়ণপুৰ ক্ৰীড়া সংঘৰ উদ্যোগত অসম ফুটবল সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত ১৪ সংখ্যক আলহাজ আব্দুছ ছাত্তাৰ চৌধুৰী আৰু নাৰায়ণ বৰ্মণ সোঁৱৰণী প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি অনুষ্ঠিত হয়। বৰক্ষেত্ৰী মিনি ষ্টেডিয়ামত অনুষ্ঠিত কৰা সদৌ অসম ভিত্তিক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাখনৰ চুড়ান্ত খেলখনত অংশগ্ৰহণ কৰে লোহাৰকাঠা যুৱক সংঘ আৰু দলৈতোলা নয়নজ্যোতি স্পোৰ্টচ ক্লাব ফুটবল দলে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!