This browser does not support the video element.
বাক্সা: গোৱৰ্দ্ধনাত পণ্ডিত দীনদয়াল উপাধ্যায় জন্ম দিৱস পালন
Baska, Baksa | Sep 25, 2025
গোৱৰ্দ্ধনাত পণ্ডিত দীনদয়াল উপাধ্যায় জন্ম দিৱস পালন । পণ্ডিত দীনদয়াল উপাধ্যায় জন্ম দিৱস আজি ভাৰতীয় জনতা পাৰ্টি গোৱৰ্দ্ধনা মণ্ডল কাৰ্যালয়ত পালন কৰে৷জন্ম দিবসত দিনা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ নামত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে ।আজিৰ এই কাৰ্য্যসূচীত ভাৰতীয় জনতা পাৰ্টিৰ গোৱৰ্দ্ধনা মণ্ডলৰ সভাপতি সুজিত সৰকাৰ আদি বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে উপস্থিত থাকে ।