This browser does not support the video element.
ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ধমধমাত ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান
Ghograpar Part, Nalbari | Sep 9, 2025
ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই অঞ্চলটোৰ শিক্ষানুষ্ঠান সমূহৰ পৰা এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিশেষ কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ উদ্দেশ্যে অনুস্থিত কৰা হয় বিশেষ অভিনন্দন অনুষ্ঠান। অনুষ্ঠানত জিলা ছাত্র সন্থাৰ নেতৃত্ব উপস্থিত থাকে