Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: বিহালীত তিনিজন শিশু শ্ৰমিকক উদ্ধাৰ জিলা শিশু সুৰক্ষা গোটৰ, বিহালী থানাত এজাহাৰ দাখিল

Biswanath, Biswanath | Aug 21, 2025
বিশ্বনাথ জিলা শিশু সুৰক্ষা গোটৰ ফালৰপৰা তৎপৰতা দেখুৱাই বেহালী সমষ্টিৰ অধীনত বিভিন্ন ঠাইৰপৰা শিশু শ্ৰমিক উদ্ধাৰ অভিযান চলায়। বিশ্বনাথ জিলা শিশু সুৰক্ষা গোটৰ দলটোৱে বিহালীৰ অঞ্চলত দোকান আৰু প্ৰতিষ্ঠান পৰিদৰ্শন কৰে। এই অভিযানত তিনিজন শিশু শ্ৰমিকক উদ্ধাৰ কৰি সেই অনুসৰি শিশু শ্ৰমিকক নিয়োগৰ ওপৰত এজাহাৰ ৰুজু কৰা হয়। লগতে শিশু অধিকাৰ আৰু শিশু শ্ৰম আইন সম্পৰ্কে সজাগতা প্ৰদান কৰে দলটোৱে।
Read More News
T & CPrivacy PolicyContact Us