Download Now Banner

This browser does not support the video element.

ধেমাজি: গোগামুখত TMPK,MMK,TMMK উদ্যোগত Mising sports carnival তৃতীয় সংস্কৰণৰ সন্দৰ্ভত ৰাজহুৱা সভা

Dhemaji, Dhemaji | Sep 13, 2025
গোগামুখত TMPK,MMK,TMMK ৰাজহুৱা সভা।শনিবাৰে দিনৰ প্ৰায় দুই বাজি ৩০ মিনিটত গোগামুখ আবোতানি লতাকত TMPK,MMK,TMMK কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ধেমাজি জিলা সমিতিৰ সহযোগত ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।আজি উক্ত সভাত প্ৰতিভা সম্পন্ন খেলুৱৈ সকল আগুৱাই নিয়া ক্ষেত্ৰ অনুষ্ঠিত কৰি অহা Mising sports carnival তৃতীয় সংস্কৰণৰ অভ্যৰ্থনা সমিতি গঠন কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us