This browser does not support the video element.
লংকা: লংকাৰ তিনিআলীত আজি আৰক্ষীৰ অভিযানত নিসিদ্ধ গৰু মাংস সহ আটক দুজন
Lanka, Hojai | Sep 18, 2025
লংকাৰ তিনিআলীত আজি আৰক্ষীৰ অভিযানত নিসিদ্ধ গৰু মাংস সহ আটক দুজন।আটকাধীন দুজনৰ নাম ক্ৰমে পুতুল আহমেদ আৰু আশ্ৰাফুল ইছলাম।লগতে জব্দ ৩৩ কেজি ২১২ গ্ৰাম নিষিদ্ধ গৰু মাংস।আৰক্ষীৰ অভিযানৰ সময়ত ঘটনাস্হলীৰ পৰা পলায়ন এজন যদিও আটক পুতুল আহমেদ আৰু আশ্ৰাফুল ইছলাম। আটকাধীন দুয়োকে উদালী পহৰা চকীত ৰাখি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।