Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: জিলা পৰিষদৰ কাৰ্যালয়ৰ সভা কক্ষত ধেমাজি জিলা পৰিষদৰ নতুন সভাপতি নিৰ্বাচিত, উপস্থিত জিলা আয়ুক্ত
Dhemaji, Dhemaji | Aug 6, 2025
বুধ বাৰে ধেমাজি সদৰত অৱস্থিত জিলা পৰিষদৰ কাৰ্যালয়ৰ সভা কক্ষত , ধেমাজি জিলাৰ ১২ খন জিলা পৰিষদৰ সদস্য সদস্যাৰ উপস্থিতিত ধেমাজি জিলা পৰিষদৰ সভাপতি নিৰ্বাচিত কৰা হয়।আজি উক্ত সভাত ধেমাজি জিলা পৰিষদৰ সভাপতি হিচাপে ৮ নং চিচিবৰগাও জিলা পৰিষদৰ সদস্য ভূপেন চুতীয়া ক সভাপতি আৰু বৰদলনি জিলা পৰিষদৰ সদস্যা উপ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!