Download Now Banner

This browser does not support the video element.

হাজো: পৰকীয়া প্ৰেমৰ বাবেই চৰম সিদ্ধান্ত এজন স্বামীৰ, কামৰূপৰ দদৰাত পত্নীৰ অন্য যুৱকৰ লগত প্ৰেমৰ সন্দেহত চৰম সিদ্ধান্ত স্বামীৰ

Hajo, Kamrup | Aug 31, 2025
পৰকীয়া প্ৰেমৰ বাবেই চৰম সিদ্ধান্ত ল’লে এজন স্বামীয়ে। দেওবাৰে কামৰূপৰ দদৰাত শোকাৱহ ঘটনা। পত্নীৰ অন্য যুৱকৰ লগত প্ৰেমৰ সন্দেহত চৰম সিদ্ধান্ত স্বামীৰ। এগৰাকী ৯ বছৰীয়া কন্যা সন্তান এৰি থৈ গৈছে লোকজনে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ প্ৰতিক্ৰিয়া।
Read More News
T & CPrivacy PolicyContact Us