Download Now Banner

This browser does not support the video element.

লংকা: লংকাৰ গোসাঁইগাওৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত যোৱা নিশা বনৰীয়া হাতীৰ তাণ্ডৱ

Lanka, Hojai | Aug 22, 2025
লংকাৰ গোসাঁইগাওৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত যোৱা নিশা বনৰীয়া হাতীৰ তাণ্ডৱ,বিদ্যালয়খনৰ দৰ্জা-খিৰিকীকে ধৰি চৌহদৰ দেৱাল ভাঙি বিষ্টৰ অনিষ্ট সাধন। শুক্ৰবাৰে পূৱা ৯:৩০ মান বজাত গোঁসাই গাওত মন্তব্য উক্ত বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ। হয়, যোৱা নিশা লংকাৰ গোসাঁইগাওৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত দুটা বনৰীয়া চলালে তাণ্ডব।বিদ্যালয়খনৰ দৰ্জা-খিৰিকী, সীমাৰ দেৱালকে ধৰি বিদ্যালয়খনৰ বহু আচবাব ক্ষতি সাধন কৰে বনৰীয়া হাতীয়ে।
Read More News
T & CPrivacy PolicyContact Us