Download Now Banner

This browser does not support the video element.

শিৱসাগৰ: নগৰত বাইক চুৰিৰ চেষ্টা এটা চোৰৰ,চিচিটিভিত প্ৰত্যক্ষ কৰি ৰাইজে চোৰটোক কৰায়ত্ত কৰি গতালে আৰক্ষীক

Sibsagar, Sivasagar | Aug 2, 2025
চি টিভি কেমেৰাৰ সন্মুখতে বাইক চুৰি কৰা চেষ্টা।শিৱসাগৰ নগৰৰ কে এফ চিত কৰ্মৰত এজন যুৱকৰ বাজাজ পালচাৰ বাইক কৌশলেৰে শুক্ৰবাৰে চুৰি কৰিবলৈ চেষ্টা কৰাৰ সময়তে মানুহে গম পোৱাৰ সম্ভেদ পাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে চোৰটোৰ।চিচিটিভিত বন্দী সোৱা সমগ্ৰ দৃশ্য চাই নিশাই ৰাইজে চোৰটোক নগৰত কৰায়ত্ত কৰি আৰক্ষীক চমজাই দিয়ে।
Read More News
T & CPrivacy PolicyContact Us