Download Now Banner

This browser does not support the video element.

জলহ ভাগ: মথনগুৰীত ইউপিপিএল দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত

Jalah Part, Baksa | Sep 4, 2025
মথনগুৰীত ইউপিপিএল দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত । আজিৰ এই যোগদান মথনগুৰী সমষ্টিৰ বিভিন্ন প্ৰৰ্যায়ৰ লোকে উপস্থিত হয়। আজিৰ যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ ইউপিপিএলৰ মনোনীত প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰী আৰু তেওঁৰ সৈতে উপস্থিত থাকে ইউপিপিএলৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।আজিৰ যোগদান কাৰ্যসূচীত ইউপিপিএল দলত এক শতাধিক লোকে যোগদান কৰে।
Read More News
T & CPrivacy PolicyContact Us