Install App
nalbarinews
This browser does not support the video element.
নলবাৰী: শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ এটা প্ৰতিনিধি দলে নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীক সাক্ষাৎ
Nalbari, Nalbari | Aug 26, 2025
আজি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিৰ এটা প্ৰতিনিধি দলে নলবাৰী জিলাৰ আয়ুক্ত নিবেদন দাস পাটোৱাৰীক আৰু নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক সাক্ষাৎ কৰি চিকিৎসালয় খনৰ সাম্প্ৰতিক সেৱা সম্পৰ্কত আলোচনা কৰাৰ উপৰিও সুৰক্ষা সমিতিৰ দাবী সংক্ৰান্তত স্মৰকপত্ৰ প্ৰদান কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!