Download Now Banner

This browser does not support the video element.

ডিফু: ডিফুত কাধাছডিকমকে ধৰি বিভিন্ন দল সংগঠনৰ সংবাদমেল স্বায়ত্তৰাজ্য অবিহনে অধিক ক্ষমতা গ্ৰহণ নকৰাৰ সিদ্ধান্ত

Diphu, East Karbi Anglong | Sep 5, 2025
বিগত ৪০ বছৰ ধৰি কাৰ্বি আংলং আৰু ডিমা হাছাওক সামৰি ভাৰতীয় সংবিধান প্ৰদত্ত ষষ্ঠ অনুসূচীভূক্ত অনুচ্ছেদ ২৪৪ (ক)ৰ অধীনত এখন স্বায়ত্তৰাজ্যৰ দাবীত অবিৰাম চলাই অহা দল সংগঠনে আজি পুণৰ স্বায়ত্তৰাজ্য ইচ্যুলৈ সৰৱ হোৱা পৰিলক্ষিত হয় ৷ শুকুৰবাৰে দিনৰ ২ বজাত ডিফুত কাধাছডিকম, কেএছএ, ডিএছইউ, কাৰ্বি ৰিচ' আদৰবাৰ, কেআৰএ, কাৰছা, লালুং দৰবাৰ আৰু কুইয়াই এক যৌথ সংবাদমেল সম্বোধন কৰে ৷
Read More News
T & CPrivacy PolicyContact Us