Download Now Banner

This browser does not support the video element.

হাজো: কংগ্ৰেছ কৰ্মী সকলক জন্তু বোলা কাৰ্যত ডিমুত মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ

Hajo, Kamrup | Aug 30, 2025
শনিবাৰে ডিমুৰ পালাৰাত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। কামৰূপ জিলা কংগ্ৰেছ কমিটিয়ে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কংগ্ৰেছ কৰ্মী সকলক জন্তু বুলি অভিহিত কৰাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কামৰূপ কংগ্ৰেছ কমিটিৰ।
Read More News
T & CPrivacy PolicyContact Us