Install App
shivbhakti
This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ দুৰ্ঘটনা, ৰখাই থোৱা ডাম্পাৰত খুন্দা এখন স্কুটীৰ, থিতাতে নিহত স্কুটীখনৰ ২ আৰোহী
Rangia Part, Kamrup | Aug 23, 2025
শনিবাৰে ৰঙিয়াৰ তুলসীবাৰীত ভয়ংকৰ দুৰ্ঘটনা। ৰখাই থোৱা ডাম্পাৰত খুন্দা এখন স্কুটীৰ। থিতাতে নিহত স্কুটীখনৰ ২ আৰোহী।ডাম্পাৰত খুন্দা মৰাৰ পাছত ছিন্ন ভিন্ন হৈ পৰে মূৰৰ অংশ। ঘটনাস্থলীত তুলসীবাৰী আৰক্ষী উপস্থিত।নিহত তুলসীবাৰীৰ জীৱন ঘোষ আৰু বালিকুছিৰ সঞ্জীৱ দাস। বৰ্তমান ৰঙিয়া থানাৰ মৰ্গত ৰখা হৈছে দুয়োটা নিথৰদেহ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!