This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: নকাড়ী চুকলিভৰীয়াত তেল ডিপুত জোখতকৈ কম তেল দিয়াকলৈ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি
North Lakhimpur, Lakhimpur | Sep 10, 2025
উত্তৰ লখিমপুৰ নগৰৰ নকাড়ী চুকলিভৰীয়াৰ তেল ডিপুত বুধবাৰে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । ডিপুটোত এজন গ্ৰাহকক জোখতকৈ কম তেল দিয়াকলৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি ।পৰবৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।উল্লেখযোগ্য যে লখিমপুৰৰ একাংশ তেল ডিপুত গ্ৰাহক সকলক কম দি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।