Download Now Banner

This browser does not support the video element.

ডিফু: মাঞ্জাৰ লংনিট এলেকাত নৃশংস হত্যাকাণ্ডৰ বলি নেহকাম জাম হাওৰ মৃতদেহ উদ্বাৰ

Diphu, East Karbi Anglong | Sep 4, 2025
মানজা কুকি কলনিত কুকি উগ্ৰপন্থীয়ে খেদি খেদি দাৰি ঘপিয়াই অতি নৃশংসভাৱে ২৯ আগষ্টৰ নিশা  হত্যা কৰা থাড’ জনগোষ্ঠীৰ নেহকাম জামহাওৰ মৃতদেহ বৃহস্পতিবাৰে সন্ধিয়া ৭ মান বজাত লংনিট এলেকাত উদ্ধাৰ উদ্ধাৰ হয় ৷ নেহকামে ইম্ফলত মেইটে জনগোষ্ঠীয়ে আয়োজন কৰা এক সভাত থাড’ জনগোষ্ঠীৰ হৈ অংশগ্ৰহণ কৰাৰ বাবে কুকি উগ্ৰপন্থীয়ে নেহকামক হত্যা কৰি যমুনা নদীত পেলাই দিছিল ৷ আৰক্ষীয়ে পাঁচদিন ধৰি মৃতদেহৰ সন্ধান কৰি আছিল যদিও নদী অভিযান সফল হোৱা নাছিল ৷
Read More News
T & CPrivacy PolicyContact Us