Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: কটকীয়া গাঁৱত নতুনকৈ নিৰ্মাণ হবলগীয়া আদৰ্শ অংগনৱাড়ী কেন্দ্রটোৰ আধাৰশিলা

Ghograpar Part, Nalbari | Sep 7, 2025
আজি নলবাৰীৰ ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ অন্তৰ্গত কটকীয়া গাঁৱত নতুনকৈ নিৰ্মাণ হবলগীয়া "আদৰ্শ অংগনৱাড়ী কেন্দ্রটোৰ আধাৰশিলা স্থাপন কৰা হয়,উক্ত অনুষ্ঠানত উপস্থিত থাকে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য ডিম্বেশ্বৰ বেজবৰুৱাৰ লগতে স্থানীয় ৰাইজ , উল্লেখযোগ্য য়ে এক মাংগলিক কাৰ্য্যসূচীৰ মাজৰে অনুষ্ঠিত হয় উক্ত অনুষ্ঠান।
Read More News
T & CPrivacy PolicyContact Us