This browser does not support the video element.
ধেমাজি: জিলা সদৰত ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতৰ সংবাদমেল
Dhemaji, Dhemaji | Sep 9, 2025
ধেমাজি জিলা সদৰত ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতৰ সংবাদমেল।সংবাদ মেলত সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ তদন্তৰ দাবীত সংবাদমেল সম্বোধন কৰে। সাংসদ প্ৰদান বৰুৱাৰ পি এ ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী সাহায্য পূঁজি ধন আত্মসাৎ কৰা অভিযোগ।