Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: চাৰিআলি সদৰ আৰক্ষী থানাত নৱ নিৰ্মিত শৱ গৃহ উদ্বোধন বিধায়ক প্ৰমোদ বৰঠাকুৰৰ

Biswanath, Biswanath | Jun 27, 2025
বিশ্বনাথত দীৰ্ঘ দিনীয়া অভাৱ আজি পূৰণ। বিশ্বনাথ চাৰিআলি সধৰ আৰক্ষী থানাত নৱ নিৰ্মিত শৱ গৃহ উদ্বোধন কৰিলে বিধায়ক প্ৰমোদ বৰঠাকুৰে ৷ দীৰ্ঘদিন ধৰি দুৰ্ঘটনা বা আন কাৰনত মৃত্যু হোৱা লোকৰ মৃতদেহ ৰাখিবলৈ আৰক্ষী থানাখনত হৈ আহিছিল সমস্যা ৷ নিশা হৈ আহিলে মৰোনোত্তৰ বাবে শৱ ৰাখিব পৰা ব্যৱস্থা নথকাৰ বাবে আৰক্ষী থানাৰ চৌহদতে ৰখা হৈছিল মৃতদেহবোৰ। বিধায়ক পুজিৰে নিৰ্মান কৰা শীততাপ নিয়ন্ত্ৰিত শৱ গৃহটো মুকলি কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us