দেওবাৰে বিয়লি চাৰিমান বজাত মাঞ্জাৰ সমীপৰ মহংদিজুৱাত তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ অমৰছিং তিচোৰ মাতৃৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উদযাপন কৰা হয় ৷ এই উপলক্ষে এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ উক্ত কাৰ্যসূচীত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম সূৰ্য ৰংফাৰকে ধৰি বিজেপিৰ নেতা-কৰ্মী আৰু শুভাকাংখী সকল উপস্থিত থাকে ৷ সকলোৱে সাংসদ গৰাকীৰ প্ৰয়াত মাতৃৰ বিদেহ আত্মাৰ সদগতি কামনা কৰে ৷