Download Now Banner

This browser does not support the video element.

কোকৰাঝাৰ ভাগ: নায়েকগাঁওত পুনৰ নিৰ্বাচনী হিংসা বিপিএফ ৰ কাৰ্য্যালয়ক লন্ড ভণ্ড, দুই বিপিএফ কৰ্মী আহত

Kokrajhar Part, Kokrajhar | Sep 10, 2025
বিটিচি নিৰ্বাচনকলৈ কোকৰাঝাৰ জিলাৰ বাওঁখুংগ্ৰী সমষ্টিত পুনৰ নিৰ্বাচনী হিংসা । বুধবাৰে প্ৰায় ডেৰ বজাত বাওঁখুংগ্ৰী পৰিষদীয় সমষ্টিৰ নায়েকগাঁৱৰ বিপিএফৰ যুৱ কাৰ্য্যালয়ক লন্ড-ভন্ড । ইউপিপিএলৰ কৰ্মী-সমৰ্থকৰ বিৰুদ্বে লন্ড-ভন্ডৰ কৰা অভিযোগ কৰিছে বিপিএফ কৰ্মীই। দুখন স্ক’ৰপিঅ আৰু এখন বলেৰো বাহনৰ ক্ষতি সাধনৰ লগতে বিপিএফ সমৰ্থকক মাৰপিট কৰি তিনিজনক আঘাত প্ৰাপ্ত কৰাৰোপৰি বিপিএফৰ কাৰ্য্যালয় লন্ড-ভন্ডৰে ব্যাপক ক্ষতি-সাধন কৰাৰ অভিযোগ কৰে বিপিএফ দলে।
Read More News
T & CPrivacy PolicyContact Us