Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: ‘সেৱাই সমৰ্পণ' শীৰ্ষক সাপ্তাহিক কাৰ্যসূচীৰ শুভাৰম্ভণিৰ অংশৰূপে নলবাৰীৰ নাৰপাৰা প্ৰাথমিক বিদ্যালয়ত ৰক্তদান শিবিৰৰ আয়োজন

Ghograpar Part, Nalbari | Sep 17, 2025
‘সেৱাই সমৰ্পণ' শীৰ্ষক সাপ্তাহিক কাৰ্যসূচীৰ শুভাৰম্ভণিৰ অংশৰূপে নলবাৰীৰ নাৰপাৰা প্ৰাথমিক বিদ্যালয়ত ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়।উক্ত অনুষ্ঠানত জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, ঘগ্ৰাপাৰ চক্ৰ বিষয়া আৰু স্বাস্থ্য ক্ষেত্ৰৰ বিশিষ্ট অতিথিসকলৰ উপস্থিতিত শিবিৰটো উদ্বোধন কৰে।
Read More News
T & CPrivacy PolicyContact Us