Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বাওঁখুংগ্ৰী সমষ্টিত টিনটিলাত নিৰ্বাচনী হিংসা UPPL ৰ দুখন বহন ক আক্ৰমন বিৰোধী দলৰ, কথমপি প্ৰাণ ৰক্ষা
Kokrajhar Part, Kokrajhar | Sep 10, 2025
কোকৰাঝাৰৰ বাওঁখুংগ্ৰী সমষ্টিত নিৰ্বাচনী হিংসা। নিশা এই ঘটনা সংঘটিত হৈছে তিনটিলা অঞ্চলত। UPPL ৰ দুখন বহন ক আক্ৰমন কৰে। দিনৰ ১১ বজাত ঘটনাস্থলীত উপষ্ঠিত হয় বুজ লয় ইউ পি পি এল দলৰ প্ৰাৰ্থী তথা ই এম ৰঞ্জিত বসুমতাৰীই। আৰু BPF ৰ গুণ্ডাবাহিনী সকলে আক্ৰমন কৰাৰ অভিযোগ কৰে । বাহন আক্ৰমন কৰা লগতে নিৰ্বাচনী কাৰ্য্যালয়ক আক্ৰমন কৰে
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!