Download Now Banner

This browser does not support the video element.

ধেমাজি: গোগামুখৰ বিজেপি মুখ্য কাৰ্যালয়ত বিজেপি, অসম গণ পৰিষদ, অসম গণ শক্তি মিত্ৰজোঁতৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত মণ্ডল সভাপতি

Dhemaji, Dhemaji | Sep 3, 2025
গোগামুখৰ বিজেপি মুখ্য কাৰ্যালয়ত বিজেপি, অসম গণ পৰিষদ, অসম গণ শক্তি মিত্ৰজোঁতৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত মণ্ডল সভাপতি বুধ বাৰে আবেলি চাৰি বজাত গোগামুখ মণ্ডলৰ বিজেপি কাৰ্যালয়ত এখন সৰ্বদলীয় ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত আগন্তুক দিনত মণ্ডল টোক আৰু অধিক শক্তিশালী কৰা ক্ষেত্ৰ আলোচনা কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us