This browser does not support the video element.
ডিফু: ডিফুত কেইবাগৰাকী এপিএইছএলচি কৰ্মীৰ বিজেপিত যোগদান
Diphu, East Karbi Anglong | Sep 4, 2025
বৃহস্পতিবাৰে পুৱা প্ৰায় ১১ মান বজাত ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাগৰাকী কৰ্মী সমৰ্থকে আঞ্চলিক ৰাজনৈতিক দল এপিএইছএলচি ত্যাগ কৰি বিজেপি দলত আনুষ্ঠানিক ভাবে যোগদান কৰে ৷ এপিএইছএলি দলৰ কৰ্মী সকলক কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ ভাৰপ্ৰাপ্ত ইএম ৰিচাৰ্ড টকবীয়ে বিজেপি দললৈ উষ্ম আদৰণি জনায় ৷