Download Now Banner

This browser does not support the video element.

মৰাণ: চুতীয়া উন্নয়ণ পৰিষদে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়ালৈ আগবঢ়োৱা গৃহ মৰাণত শুভ উদ্বোধন কৰিলে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই

Moran, Dibrugarh | Aug 31, 2025
তাঁ‌ত শালত ৫ খনকৈ ধৰ্মগ্ৰন্থ বৈ চৰ্চিত হৈ পৰা মৰাণৰ পদ্মশ্ৰী হেমপ্ৰভা চুতীয়ালৈ চুতীয়া উন্নয়ন পৰিষদে আগবঢ়ালে এটি গৃহ । ১০ লাখ টকাৰে নিৰ্মাণ কৰা গৃহটোৰ আজি শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ।
Read More News
T & CPrivacy PolicyContact Us