Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: আদিবাসী লোকসকলৰ জলন্ত সমস্যা সন্দৰ্ভত ঢেকীয়াজুলিত ক্ষোভিত আদিবাসী ৩৬ অনুসুচীত জনজাতি ঐক্যমঞ্চ

Dhekiajuli Part, Sonitpur | Sep 12, 2025
আজিলৈকে সমাধান নহল অসমত বসবাহ কৰা আদিবাসী লোকসকলৰ জলন্ত সমস্যা ৷ আনকি আজিও কাৰ্যকৰী নহল আদিবাসী লোকসকলৰ জনজাতিকৰণৰ ব্যৱস্থা ৷ ইয়াকেলৈ শুক্ৰবাৰে বিয়লি অনুমানিক ৪ বজাত ঢেকীয়াজুলিত সংবাদ মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিলে আদিবাসী ৩৬ অনুসুচীত জনজাতি ঐক্যমঞ্চই ৷ এই সন্দৰ্ভত আজি সংগঠনটোৰ নেতৃত্বৰ মন্তব্য ৷
Read More News
T & CPrivacy PolicyContact Us