Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: সাহপুৰত কংগ্ৰেছৰ উদ্যোগত এখন যোগদান সভা, উপস্থিত প্ৰাক্তন বিধায়ক অশোক শৰ্মা

Ghograpar Part, Nalbari | Aug 26, 2025
নলবাৰীৰ সাহপুৰত ঘগ্ৰাপাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এখন যোগদান সভা অনুষ্ঠিত হয়।উক্ত সভাত উপস্থিত থাকে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা । ইফালে উক্ত যোগদান সভাত অঞ্চলটোৰ কেইবাগৰাকীও লোকে কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলত যোগদান কৰে । কাৰ্য্যসূচীত কংগ্ৰেছৰ দলীয় নেতৃত্ব উপস্থিত থাকে
Read More News
T & CPrivacy PolicyContact Us