Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জালুকবাৰীত উলিওৱা হয় বৃহৎ চাইকেল ৰেলী,শতাধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ
Guwahati, Kamrup Metropolitan | Sep 7, 2025
কাইলৈ সুধাকন্ঠ ড০ ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী। সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে দেওবাৰে জালুকবাৰী ড° ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰৰ পৰা উলিওৱা হয় বৃহৎ চাইকেল ৰেলী। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু মাৰোৱাড়ী যুৱ মঞ্চৰ উদ্যোগত উলিওৱা হয় চাইকেল ৰেলী।চাইকেল ৰেলী শুভ উদ্ধোধন কৰে ভূপেন হাজৰিকাৰ সাংস্কৃতিক ন্যাসৰ সম্পাদিকা মঞ্জুলা হাজৰিকাই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!