Download Now Banner

This browser does not support the video element.

নলবাৰী: আজি গণেশ চুতুৰ্থী, গণেশ মন্দিৰ চকস্থিত গণেশ মন্দিৰত চলিছে সিদ্ধি বিনায়ক গণেশৰ পূজা অৰ্চনা

Nalbari, Nalbari | Aug 27, 2025
আজি গণেশ চুতুৰ্থী । দেশজুৰি চলিছে সিদ্ধি বিনায়ক গণেশৰ পূজা অৰ্চনা । নলবাৰীৰ প্ৰান্তে প্ৰান্তে চলিছে পূজা অৰ্চনা ।নলবাৰীৰ শিৱ গণেশ শান্তি ধামত চলিছে পূজা অৰ্চনা । ৰাতিপুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰে ভীৰ পৰিছে গণেশ মন্দিৰত ।মনোবাঞ্চা পূৰণৰ অৰ্থে ভক্ত সকলে সিদ্ধি বিনায়কৰ চৰণত ধূপ,চাকি , শৰাই , নৈবেদ্য , লাডু আগবঢ়াইছে ।গণেশ চতুৰ্থীক লৈ উখল মাখল পৰিবেশ বিৰাজ কৰিছে ।
Read More News
T & CPrivacy PolicyContact Us