This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: নগৰত বীৰ লাচিত সেনা জিলা সমিতিৰ কা ৰ বিৰুদ্ধে প্ৰতিবাদী বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ
North Lakhimpur, Lakhimpur | Sep 9, 2025
উত্তৰ লখিমপুৰ নগৰৰ লখিমপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত বীৰ লাচিত সেনা লখিমপুৰ জিলা সমিতিয়ে মঙ্গলবাৰে প্ৰতিবাদী বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ণ কৰে ।ভাৰত চৰকাৰে এক নিৰ্দেশনা যোগে পাকিস্তান,বাংলাদেশ আদি ৰাষ্ট্ৰৰ পৰা অহা হিন্দু ,বৌদ্ধ ,শিখ,পাৰ্চী আৰু খ্ৰীষ্টিয়ান লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰে বীৰ লাচিত সেনাই ।