Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াত গুলিচলনাৰ ঘটনাৰ আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েচন,অভিযুক্ত বিকি পুৰুষোত্তমে সকলো বৰ্ণনা কৰিলে আৰক্ষীৰ সন্মুখত

Rangia Part, Kamrup | Sep 1, 2025
সোমবাৰে ৰঙিয়াত গুলিচলনাৰ ঘটনাৰ আৰক্ষীৰ ক্ৰাইম চিন ৰিক্ৰিয়েচন। কিদৰে উদিয়ানাৰ চাইদুল আলীক লক্ষ কৰিছিল বিকি পুৰুষোত্তমে সকলো বৰ্ণনা কৰিলে আৰক্ষীৰ সন্মুখত। বিকি পুৰুষোত্তমে চাইদুলক লক্ষ কৰি গুলিয়াবলৈ লওতে লক্ষ্যভ্ৰষ্ট হৈ গুলি লাগিছিল চাইদুলৰ সৈতে বাইকত গৈ থকা মতলেব আলী নামৰ এজন যুৱকৰ দেহত। CRPF জোৱান বিকি পুৰুষোত্তম আৰু ইৰফান আলী বৰ্তমান ৰঙিয়া আৰক্ষীৰ জিম্মাত।
Read More News
T & CPrivacy PolicyContact Us