Download Now Banner

This browser does not support the video element.

ধেমাজি: চিচিবৰগাঁওত কংগ্ৰেছ দলৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক দেৱ চেতিয়া

Dhemaji, Dhemaji | Aug 26, 2025
চিচিবৰগাঁওত কংগ্ৰেছ দলৰ গুৰুত্ব পূৰ্ণ সভা, উপস্থিত কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক দেৱ চেতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে ৰণ কৌশল, তাৰ সমান্তৰাল ভাৱে মঙ্গল বাৰে আবেলি 5 বজাত ধেমাজি জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত চিচিবৰগাঁওৰ সমষ্টিৰ বিভিন্ন গাঁৱত উপস্থিত হৈ ৰাইজৰ বিভিন্ন সমস্যা সমূ্হৰ বিষয় বুজ লোৱা লগতে আগন্তুক দিনত ৰাষ
Read More News
T & CPrivacy PolicyContact Us