Download Now Banner

This browser does not support the video element.

পশ্চিম নলবাৰী: নলবাৰীৰ  শিমলীয়াত অনন্ত চতুৰ্দশী ব্ৰত আৰু পূজা মহোৎসৱ

Pachim Nalbari, Nalbari | Sep 7, 2025
নলবাৰীৰ  শিমলীয়াত অনন্ত চতুৰ্দশী ব্ৰত আৰু পূজা মহোৎসৱ ।  তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই পূজা মহোৎসৱ। আধ্যাত্মিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা অনন্ত পূজা উপলক্ষে ভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ৷ভক্ত সকলে মনৰ আশা পূৰণৰ অৰ্থে ধূপ চাকি শৰাই আগবঢ়াই ।বিভিন্ন আধ্যাত্মিক কাৰ্য্যসূচী নাগাৰা নাম , থিয় নাম প্ৰদৰ্শন কৰা হয় পূজাস্থলীত ।
Read More News
T & CPrivacy PolicyContact Us